জতুৱা ঠাঁচ − অ

অমাতৰ মাত
অহুকাণে পহুকাণে
অঁকৰা মৈত উঠা
অকলশৰীয়া পহু
অচলা ভক্তি
অজীন পাতকী
অলপতে কলপ কটা
অলপ পানীৰ মাছ
অলপ ধতুৱা
অৱস্থা চাই ব্যৱস্থা
অথাই সাগৰ
অকাজৰ কাজী
অচিন কাঠৰ থোৰা